লামডিঙত বিদ্যালয় বন্ধ, ৰামানুজনৰ ছাত্ৰাবাস কণ্টেইনমেণ্ট জ’ন

লামডিঙত উদ্বেগজনকভাবে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা। লামডিঙৰ কেবাখনো বিদ্যালয় বন্ধ ঘোষণা। লামডিং চহৰৰ প্ৰণৱানন্দ বিদ্যামন্দিৰ, বীণাপাণি এল পি স্কুল, লামডিঙৰ কেন্দ্ৰীয় বিদ্যালয় আৰু দক্ষিণ লামডিং হাইস্কুল বন্ধৰ ঘোষণা। ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ বন্ধ ঘোষণা হোজাই জিলা প্ৰশাসনৰ।
ইফালে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰাবাসক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ 2A ছাত্ৰাবাস কণ্টইনমেণ্ট জ’ন। ছাত্ৰাবাসটোৰ ১১জন ছাত্ৰ আক্ৰান্ত হৈছিল ক’ভিডত। ছাত্ৰাবাসটো ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...