উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক’ভিডত আক্ৰান্ত

হোজাই জিলাত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ হোজাই জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক’ভিডত আক্ৰান্ত হৈছে৷ কিছুদিন পূৰ্বে আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ ক’ভিডত আক্ৰান্ত হৈছিল৷ আজিৰ দিনত ৭৬১জনৰ কভিড পৰীক্ষা কৰোৱা হৈছিল, তাৰে ১০৯জনৰ শৰীৰত ধৰা পৰিছে ক’ভিড ভাইৰাছ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইজেকৰ ভাবুকিৰ পিছতে ফ্ৰেংকফুৰ্টৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান জয়পুৰলৈ ডাইভাৰ্ট

হাইজেকৰ ভাবুকিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ মাজতে...