নতুন SOP ঘোষণাৰ পিছতে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। দিনটোত সম্পন্ন হৈছিল মুঠ ৩৩,৬০৯টা ক’ভিড টেষ্ট। কামৰূপ মহানগৰীত বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৪৭২জন।

আৰোগ্যৰ হাৰ ৯৮.০৭ শতাংশ। দিনটোত ২জন ক’ভিড ৰোগীৰ মৃত্যু। নতুন SOP ঘোষণাৰ পিছতে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। নতুন SOP-এ সেমেকাইছে ভোগালীৰ বজাৰ। ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ ব্যৱসায়ী, শিল্পী, কলা-কুশলী। এই SOP-এ জীৱন ৰক্ষা কৰিলে জীৱিকা থানবান কৰি পেলাইছে ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...