বাসগৃহত ওলমি ৰ’ল পতি-পত্নীৰ মৃতদেহ, নিথৰুৱা হ’ল ৪ বছৰীয়া কন্যা

দক্ষিণ কামৰূপৰ উপৰহালী ককিলাপাৰাত এহাল দম্পতীৰ ৰহস্যজনক আত্মহত্যা । চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ। নিজ বাসগৃহৰ শোৱনীকোঠাতে ৰহস্যজনকভাৱে মুখামুখীকৈ উদ্ধাৰ হয় দুয়োৰে মৃতদেহ। মৃত দম্পতীহাল টিংকুমণী দাস আৰু দীপিকা দাস। মৃত দম্পতীহালৰ আছিল এটি ৪ বছৰীয়া কনমানি শিশু। ঘটনাস্থলীত পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...