বাসগৃহত ওলমি ৰ’ল পতি-পত্নীৰ মৃতদেহ, নিথৰুৱা হ’ল ৪ বছৰীয়া কন্যা

দক্ষিণ কামৰূপৰ উপৰহালী ককিলাপাৰাত এহাল দম্পতীৰ ৰহস্যজনক আত্মহত্যা । চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ। নিজ বাসগৃহৰ শোৱনীকোঠাতে ৰহস্যজনকভাৱে মুখামুখীকৈ উদ্ধাৰ হয় দুয়োৰে মৃতদেহ। মৃত দম্পতীহাল টিংকুমণী দাস আৰু দীপিকা দাস। মৃত দম্পতীহালৰ আছিল এটি ৪ বছৰীয়া কনমানি শিশু। ঘটনাস্থলীত পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কিয় অবিবাহিত হৈ থাকিল ছুপাৰষ্টাৰ ছলমান খান?

কাৰোবাক নোপোৱাৰ বেদনাতে অবিবাহিত হৈ থাকিল নেকি ছুপাৰষ্টাৰ ছলমান...

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

বিৰোধীক তচনচ কৰি মহাৰাষ্ট্ৰত পুনৰ ক্ষমতালৈ আহিছে বিজেপি, একনাথ...

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা। প্ৰেম কৰাৰ...

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা

বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ দৰে এইবাৰো অহা ২৬-২৭ নৱেম্বৰত...