আৰম্ভ হ’ল ৩০ কোটি টকীয়া উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য, লামডিং চহৰে পাব ন ৰূপ

লামডিঙৰ ৰাইজৰ বাবে এটা ভাল খবৰ। লামডিঙত আৰম্ভ হ’ল ৩০ কোটি টকীয়া উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম৷ প্ৰায় দুটা বছৰৰ অন্তত বন্ধ হৈ যোৱা প্ৰকল্পৰ কাম পুনৰহৈছে। লামডিঙৰ হৰুলংফাৰ নদীৰ ওপৰৰে আৰম্ভ হোৱা এই উৰণীয়া সেতু লামডিং চিল্ডেন পাৰ্কৰ পৰা অফিচাৰ কলনীলৈ নিৰ্মাণ কৰা হ’ব৷ গুৱাহাটীৰ নিলোপম নিৰ্মাণ কনষ্ট্ৰাকচন নামৰ এই কোম্পানীটোৱে সেতুখনৰ প্ৰকল্পৰ হাতত লৈছে। এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে চহৰখনৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব আবাসীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...