ৰাজভৱনৰ প্ৰতিবাদত কংগ্ৰেছ কৰ্মীৰ মৃত্যু, আহত NKTV PLUSৰ সাংবাদিক

ৰাজভৱনৰ প্ৰতিবাদত কংগ্ৰেছ কৰ্মীৰ মৃত্যু। কন্দুৱা গেছ নিক্ষেপৰ ফলত মৃত্যু লোকজনৰ। মৃদুল ইছলাম নামৰ লোকজন কংগ্ৰেছৰ আইনী কোষৰ সদস্য। সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল লোকজনক। আনফালে এই ঘটনাত আহত হৈছে কেইবাজনো সাংবাদিক। NKTV PLUSৰ সাংবাদিক কল্পজিৎ শইকীয়া, আচিক আহমেদ আহত। আন কেইবাজনো সাংবাদিক আহত হৈছে। সাংবাদিক ৰাজু বৰাও আহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...