১ অক্টোবৰৰ পৰা বৃদ্ধি বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম

১ অক্টোবৰৰ পৰা ১৯ কেজিৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। চহৰভেদে এই মূল্যবৃদ্ধিৰ পৰিমাণ ভিন্ন হৈছে।

এই মূল্যবৃদ্ধিৰ প্ৰভাৱ মূলতঃ ৰেষ্টুৰেণ্ট, হোটেল আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহৃত ১৯ কেজিৰ LPG চিলিণ্ডাৰৰ ওপৰত পৰিব।

অৱশ্যে ঘৰুৱা গ্ৰাহকে ব্যৱহাৰ কৰা ১৪.২ কেজিৰ LPG চিলিণ্ডাৰৰ দামত এইবাৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...

পঞ্জাৱৰ ড্ৰাগছবিৰোধী কৰ্মী ঝোটাৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ল’ব CBIয়ে; মানছাত উপস্থিত CBIৰ দল

নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰা...