শিৱসেনা-খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ, আৰক্ষীলৈ শিলগুটি নিক্ষেপ! চাওক দৃশ্য

পঞ্জাবৰ পাটিয়ালাত উত্তেজনা। শিৱসেনা আৰু খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ। খালিস্তানী সমৰ্থকে বাহিৰ কৰিছিল শোভাযাত্ৰা। শোভাযাত্ৰাৰ সময়তে শিৱসেনা আৰু খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ। আৰক্ষীলৈ শিলাবৰ্ষণ। ঘটনাত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...