অসমীয়া যুৱকৰ দ্বাৰা উৎপাদিত আলু কিনিলে চীপছ কোম্পানীয়ে

অসমীয়া যুৱকৰ উৎপাদিত আলু কিনিলে চীপছ কোম্পানীয়ে। চাংসাৰিৰ আঠয়াবৈ গাঁৱৰ আত্মসহায়ক গোট ‘আংকাক্ষা’ই আনিলে এই জাগৰণ। ‘আংকাক্ষা’ৰ সদস্যৰ প্ৰেৰণাতে কৃষি বিপ্লৱৰ সূচনা কৰিছিল অঞ্চলবাসীয়ে। ২ হাজাৰ বিঘা ভূমিত কৰিছিল সৰিয়হ, আলু আৰু পাচলি খেতি। প্ৰথম পৰ্যায়ত চীপছ কোম্পানীক ৮০ কুইন্টল আলু বিক্ৰী কৰিছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...