কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, সম্পদ বাঢ়িব, যদিও দেহ-মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

বৃষ : বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, যদিও সামান্য মানসিক অশান্তি হোৱাৰো যোগ দেখা যায়।

মিথুন : মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে যশস্যা লাভৰ যোগ দেখা যায়।

কৰ্কট : কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিৱেশ হ’ব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হ’ব পাৰে লগতে সজাগ নহ’লে প্ৰতাৰিত হ’ব পাৰে।

সিংহ : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সামান্য জটিলতা থাকিব পাৰে, সজাগ নহ’লে ধন-মান হানি হোৱাৰ যোগ দেখা যায়।

কন্যা : কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুনাম বাঢ়িব, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে যদিও প্ৰাপ্তিৰ যোগ দেখা যায়।

তুলা : তুলা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, বিদ্যাৰ্থী সকলৰ শুভ, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, লগতে কিছু অসুস্থতাত ভোগাৰ যোগ দেখা যায।

ধনু : ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হ’ব, কৰ্মত বাধা আঁতৰিব, লগতে মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

মকৰ : মকৰ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব, যুৱতী সকলৰ শুভ, যদিও মনত উদ্বেগ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।

কুম্ভ : কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।

মীন : মীন ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জটিলতা বাঢ়িব পাৰে, লগতে সজাগ নহ’লে মনোমালিন্য হোৱাৰো যোগ দেখা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...