কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে। কর্মৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব৷ আয়-ব্যয় মধ্যমীয়া।

বৃষঃ দিনটো মধ্যমীয়া। খং-ৰাগ নিয়ন্ত্ৰণ কৰক। শান্ত হৈ কৰ্ম কৰক। বহুতো ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি উঠিব পাৰে। নতুনকৈ পৰিকল্পনা নকৰিব।

মিথুনঃ দিনটো মধ্যমীয়া। কৰ্মত সফলতা লাভ। অৱশ্যে কৰ্মত মনোযোগ দিয়া উচিত।

কৰ্কটঃ দিনটো প্ৰায় শুভ। স্বাস্থ্যৰ যতন লওক। ভোজনত মনোযোগ দিয়া উচিত।

সিংহঃ পুৰণি প্ৰেমক হঠাৎ লগ পাব পাৰে। কলা আৰু নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে। পাৰিবাৰিক জীৱন সুখৰ।

কন্যাঃ দিনটো শুভ৷ কৰ্মত সফল। অৱশ্যে নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। শান্ত হৈ কর্ম কৰক। খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফলতা লাভ কৰিব।

তুলা: দিনটো প্ৰায় শুভ। প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক। প্ৰেমত শুভ৷ কর্মত ব্যস্ততা বৃদ্ধি। কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব।

বৃশ্চিকঃ দিনটো মধ্যমীয়া। নতুন বিষয় অধ্যয়নৰ প্ৰতি আকৰ্ষিত হ’ব। কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব।

ধনুঃ দিনটো শুভ। মনৰ আশাৰ পূৰণ হ’ব। পুৰণি কৰ্ম সফলতাৰে সম্পন্ন হʼব।

মকৰঃ দিনটো মধ্যমীয়া৷ ভাগ্য আপোনাৰ পক্ষত নাই। ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। অৱশ্যে কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব।

কুম্ভঃ দিনটো শুভ৷ বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে। প্ৰেমত শুভ। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব৷ লক্ষ্যত সফল।

মীনঃ দিনটো কিছু কঠিন হ’ব। ব্যয় বৃদ্ধি। সতৰ্ক হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...