গো-ধন সৰবৰাহ! শ্বহিদুল মণ্ডল, নুৰ হুছেইন আলী আৰু কাছেম আলীক আটক

বকোৰ মজেবাডীত গো-ধন সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৯টা গৰু উদ্ধাৰ, সৰবৰাহকাৰী তিনিটাক আটক। অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত বকো আৰক্ষীৰ অভিযান। আটক শ্বহিদুল মণ্ডল, নুৰ হুছেইন আলী আৰু কাছেম আলীক। AS18 AC 3010 নম্বৰৰ এখন বলেৰ’ পিকআপ জব্দ। বকোৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথৰ নেতৃত্বত চলিছিল অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাক নহয়; চীনকহে মহান কৰি তুলিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

বিশ্বব্যাপী কৰা এক সমীক্ষা অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

ঠাণ্ডাৰ সময়ত এই লোকসকলৰ ষ্ট্ৰোক হোৱাৰ আশংকা অধিক! এই ৫টা ভুলৰ পৰা আঁতৰি থাকক

ব্ৰেইন ষ্ট্ৰোক এবিধ বিপদজনক ৰোগ। ষ্ট্ৰোকৰ পিছত সময়মতে চিকিৎসা...

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ৰাডাৰত জাৰ্মানী, ব্ৰিটেইন; পাৰমাণৱিক আক্ৰমণৰো সতৰ্কবাণী

ইউক্ৰেইনৰ পিছত ৰাছিয়াৰ এইবাৰ লক্ষ্য হৈছে ইউৰোপৰ দুখন শক্তিশালী...

বাংলাদেশৰ নিৰ্বাচনত প্ৰৱেশ কৰিব পাৰে শ্বেখ হাছিনাই, মহম্মদ ইউনুছে দিছে এই চৰ্ত

বাংলাদেশৰ ৰাজনীতিৰ নতুন খবৰ। অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে...