উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ

এইবাৰ যৌন শোষণৰ অভিযোগ উত্থাপিত হৈছে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ৰাজ্যৰ এজন বিজ্ঞানী তথা উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে। লখিমপুৰৰ এটা শিশু গৃহৰ পৰা আনি এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে উদ্ধৱ ভৰালীৰ বিৰুদ্ধে। যোৱা ১৭ ডিচেম্বৰত ৰুজু হৈছিল গোচৰ। ২৮ ডিচেম্বৰতে অন্তৱৰ্তী জামিন লাভ কৰে অভিযুক্ত বিজ্ঞানীজনে। POCSO আইনৰ অধীনত ৰুজু কৰা গোচৰৰ কেচ ডায়েৰী অহা ৭ জানুৱাৰীত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে ২০২০ৰ আগষ্টত লখিমপুৰৰ এটা শিশু গৃহৰ পৰা এবছৰৰ বাবে এগৰাকী কিশোৰীক তুলি লৈছিল ভৰালীয়ে। কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো নৱীকৰণ কৰা হোৱা নাছিল এই কিশোৰীগৰাকীৰ গ্ৰহণ চুক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...