বৈদ্যবৰী মহযুঁজ বাতিল, এইবাৰ নাপাতে মহযুঁজ

অন্তিম সময়ত বাতিল মৰিগাঁৱৰ বৈদ্যবৰী মহযুঁজ। চৰকাৰৰ নিৰ্দেশনা মানি বাতিল কৰিছে বৈদ্যবৰী মহযুঁজ। স্থানীয় মহযুঁজ আয়োজক সমিতিয়ে বাতিল কৰিলে মহযুঁজ। বিগত বহু বছৰৰ পৰা পহিলা মাঘত অনুষ্ঠিত কৰি আহিছিল এই মহযুঁজ। অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰা ৰক্ষা কৰি মহযুঁজ, বুলবুলি চৰাইজৰ যুঁজ আৰু বিভিন্ন থলুৱা খেল-ধেমালি অনুষ্ঠিত হয়। ন্যায়ালয়ৰ নিৰ্দেশনা আৰু কভিডকালীন পৰিস্থিতিৰ বাবে বহুকেইটা অনুষ্ঠানত বাতিল কৰিছে অনুষ্ঠান। বিশাল আয়োজনৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ অথবা ঘৰতে পালন কৰিছে মাঘ বিহু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...