১৭ বছৰৰ মূৰত লাভৰ দিশত BSNL

দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম সেৱা প্রদানকাৰী BSNLয়ে তৃতীয় ত্রৈমাসিকত ২৬২ কোটি টকা লাভৰ অভিলেখ গঢ়িছে। ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহক শক্তিশালী কৰাৰ বাবে আৰু দেশৰ নাগৰিকৰ বাবে বহনক্ষম টেলিকম সেৱা উপলব্ধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বাবেই এয়া সম্ভৱ হৈ পৰিছে বুলি কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিসাই শনিবাৰে সদৰী কৰে। উল্লেখযোগ্য যে, ১৭বছৰৰ মূৰত দেশৰ ৰাজহুৱা প্রতিষ্ঠানটোৱে লাভৰ মুখ দেখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...