অসমৰ ভূমিত থকা দলঙত অগ্নিসংযোগ খাচী দুৰ্বৃত্তৰ!

  • অশান্ত পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্ত
  • অসমৰ ভূমিত থকা দলঙত অগ্নিসংযোগ খাচী দুৰ্বৃত্তৰ
  • অগ্নিসংযোগ কৰা ৩ দুৰ্বৃত্তক কৰায়ত্ত
  • পথ নিৰ্মাণত জড়িত শ্ৰমিকৰ প্ৰচেষ্টাত নিৰ্বাপিত জুই
  • অভিযুক্ত দুৰ্বৃত্ত ৩টা অসম-মেঘালয় সীমান্তৱৰ্তী চাবুদাৰ
  • ঘটনাস্থলীত উপস্থিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া
  • বৰ্তমান অসম আৰক্ষীৰ জিম্মাত অগ্নিসংযোগ কৰা ৩ দুৰ্বৃত্ত
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...