বক্সাৰ ইমানে খেলিফ পুৰুষ নে মহিলা? শেহতীয়া তথ্যই হতচকিত কৰিব আপোনাকো

পেৰিছ অলিম্পিকৰ স্বৰ্ণজয়ী বক্সাৰ ইমানে খেলিফ প্ৰকৃততে এজন পুৰুষ। শেহতীয়াকৈ প্ৰকাশ পোৱা মেডিকেল ৰিপ’ৰ্টত চাঞ্চল্যকৰ তথ্য। আলজেৰিয়ান এথলিট মেডিকেল ৰিপ’ৰ্টত এই তথ্য প্ৰকাশ। ইমানে খেলিফৰ শৰীৰত ধৰা পৰিছে পুৰুষৰ ক্ৰ’মজম। পেৰিছ অলিম্পিকৰ মহিলাৰ ৬৬কেজি শাখাত স্বৰ্ণ জয় কৰিছিল ইমানে খেলিফে। আলজেৰিয়ান বক্সাৰগৰাকীক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল পেৰিছ অলিম্পিকত। ইটালীৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে বক্সিং ৰিঙতে সাব্যস্ত কৰিছিল প্ৰতিবাদ। সমান্তৰালকৈ বহুকেইগৰাকী বক্সাৰে ইমানে খেলিফক লৈ আপত্তি দৰ্শাইছিল। বক্সাৰৰ আপত্তি গ্ৰাহ্য নকৰি অলিম্পিক কৰ্তৃপক্ষই খেলিবলৈ দিছিল ইমানেক। এই বিতৰ্কৰ কেই‍বামাহৰ পিছত অৱশেষত ধৰা পৰিল প্ৰকৃত সত্য। ইমানে খেলিফৰ স্বৰ্ণ পদক এতিয়া উভতাই লোৱাৰ সম্ভাৱনা। ক্ৰীড়াজগতৰ পৰাও নিষিদ্ধ হোৱাৰ সম্ভাৱনা খেলিফ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...