মীনা হাজৰিকাক বিজেপিৰ পৰা বহিষ্কাৰ

মীনা হাজৰিকাক ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহিষ্কাৰ। ঢকুৱাখনা নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী মীনা হাজৰিকাক বিজেপিৰ পৰা বহিষ্কাৰ। বিজেপিৰ মহিলা মৰ্চা ঢকুৱাখনা জিলাৰ উপ-সভানেত্ৰী আছিল মীনা হাজৰিকা।

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ছবছৰৰ বাবে দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে মীনা হাজৰিকাক। দলীয় অনুশাসন ভংগৰ অভিযোগ মীনা হাজৰিকাৰ বিৰুদ্ধে। ঢকুৱাখনা নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী মীনা হাজৰিকাক ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহিষ্কাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...