তিতাকেৰেলা এইকেইটা ৰোগৰ বাবে অত্যন্ত উপকাৰী

কিছু লোকে তিতা সোৱাদৰ বাবে তিতাকেৰেলা খাবলৈ পছন্দ নকৰে। কিন্তু তিতাকেৰেলা স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী। তিতা কেৰেলাই ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বঢ়াই আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে। তিতা কেৰেলাই গাঠিৰ বিষ, বমি ভাব, ডায়েৰিয়া আৰু মেদৰ পৰা মুক্তি দিয়ে। অৱশ্যে ঔষধি গুণেৰে পৰিপূৰ্ণ তিতা কেৰেলাৰ ৰস উলিয়ায়ো খাব পাৰে। কফ, কোষ্ঠকাঠিন্য, পাচনজনিত ৰোগ, হজম শক্তি ভাল কৰাত সহায়ক। হাঁপানী ৰোগীসকলে তিতা কেৰেলা খালে উপকাৰ পোৱা যায়। পেটত গেছ আৰু বদহজমৰ ক্ষেত্রত তিতা কেৰেলাৰ ৰসে দীৰ্ঘকাল ধৰি এই ৰোগ নিৰাময় কৰিব পাৰে। তিতা কেৰেলাৰ ৰসে লিভাৰ শক্তিশালী কৰে আৰু লিভাৰৰ সমস্যা দূৰ কৰে। জণ্ডিছত প্ৰতিদিনে এক গিলাচ তিতা কেৰেলাৰ ৰস খালে উপশম হয়। ডায়েবেটিচ ৰোগী সকলৰ বাবেও অতি উপকাৰী। তিতা কেৰেলাৰ ৰসে মেদবহুলতা কমোৱাতো যথেষ্ট সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...