বিহু পালেহিয়েই, উজনিত বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি

ঢোলৰ গুমগুমণিয়ে এতিয়া কঁপিব ৰাজ্যৰ চৌপাশ, কিয়নো হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ এটা মাহ!

ৰঙালীক আদৰৰ ব্যাপক আয়োজন চলিছে ৰাজ্যজুৰি, তাৰ সমানে সমানে তিতাবৰ আৰু যোৰহাটতো সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে ঢোল বিক্ৰী আৰু মেৰামতি কৰা শিল্পীসকলৰ মাজত।

দুটা বছৰ কোভিড মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত এইবাৰ ৰাজ্যবাসীয়ে দুগুণ উৎসাহেৰে উদযাপন কৰিবলৈ ওলাইছে বাপতি সাহোন ৰঙালী বিহুটি।

ঢুলীয়াৰ ঢোলৰ চেৱত এপাক কঁকাল ঘূৰাই নাচিবলৈ সাজু নাচনী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...