১,৭০,৪৬১ গৰাকী শিক্ষক নিযুক্তিৰ বাবে অধিসূচনা জাৰি

0 670

১,৭০,৪৬১ গৰাকী শিক্ষক নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে বিহাৰ চৰকাৰে। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে টুইটাৰত উল্লেখ কৰা অনুসৰি, চৰকাৰখনে ১,৭০,৪৬১ গৰাকী শিক্ষক নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি ১৫ জুনৰ পৰা অনলাইন প্ৰ-পত্ৰ উপলব্ধ হ’ব আৰু আবেদনৰ অন্তিম তাৰিখ ১২ জুলাই। তেওঁ লগতে কয় যে, এই বিষয়ে বিতং তথ্য বিহাৰ লোকসেৱা আয়োগৰ ৱেবছাইটত উপলব্ধ।

Leave A Reply

Your email address will not be published.