১ লাখ লোকে চাকৰি পাবই আৰু ২ লাখ লোকে পাব কৰ্মসংস্থাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱাৰ বাবে ৫ হাজাৰ কোটি টকা ব্যয় কৰিব চৰকাৰে।