এইবাৰ IPL নিলামত ভূটানৰ ক্ৰিকেটাৰ!

আগন্তুক IPL নিলামৰ বাবে অতি আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে। ফ্ৰেঞ্চাইজি সকলে কোন খেলুৱৈ কিমান টকাত ক্ৰয় কৰিব তাকে চাবলৈ এতিয়া অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীৰ সকলে। এইবাৰৰ IPL নিলামত ১,২১৪ জন ক্ৰিকেটাৰে পঞ্জীয়ন কৰিছে যাৰ ৩১৮ জন বাহিৰৰ দেশৰ খেলুৱৈ।

আৰু ইয়াৰ মাজত আছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এজন ক্ৰিকেটাৰ। মিকিও ডৰ্জী নামৰ ভূটানৰ প্ৰতিভাশালী খেলুৱৈজনে হৈছে প্ৰথমজন ভূটানী যিয়ে IPL নিলামত অংশগ্ৰহণ কৰিব।

IPL নিলামৰ বাবে মাত্ৰ কেইসপ্তাহমান বাকী থকাৰ অৱস্থাত, আই পি এল-প্ৰত্যাশী দৰ্জীয়ে অলপতে ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ সৈতে উঠা এখন বিশেষ আলোকচিত্ৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...