সাৱধান! গুৱাহাটী মহানগৰীত অপহৰণকাৰীৰ টিঘিলঘিলনি

এইবাৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। গুৱাহাটী ষ্টেচনৰ পৰা অপহৰণ কৰা হৈছে এগৰাকী যুৱতীক। পৰিয়ালৰ সৈতে বাংগালুৰুৰ পৰা আহি আছিল যুৱতীগৰাকী। ট্ৰেইনত থকা দুর্বৃত্তই যুৱতীগৰাকীক অপহৰণ কৰাৰ অভিযোগ। এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকলৈ আহিছে ভাবুকি ভৰা ফোন। যুৱতীগৰাকীৰ পিতৃৰ নাম চুহাগ উদ্দিন বুলি জানিব পৰা গৈছে। যুৱতীগৰাকী ঘৰ কৰিমগঞ্জত। যুৱতীগৰাকীৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...