চেলুনত বাজি উঠিল দুখৰ গান, ফেকুৰি ফেকুৰি কান্দিলে আৱেগিক লোকজনে

সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ’। এজন লোকে চুলি কাটিবলৈ প্ৰৱেশ কৰিছিল চেলুনত। চিৰাচৰিতভাৱে চুলি কটাবলৈ আসনত বহিল লোকজন। হঠাতে বাজি উঠিল দুখৰ আৱেগভৰা এটা জনপ্ৰিয় হিন্দী গীত। গানটো বাজি উঠাৰ লগে লগে আৱেগিক হৈ পৰিল লোকজন। গান যিমানে বাজি উঠিছে লোকজনেও সিমানে উচুপি উঠিছে।

ফেকুৰি ফেকুৰি কান্দি উঠা লোকজনৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...