ফেব্ৰুৱাৰী মাহত এইকেইটা দিনত বন্ধ থাকিব বেংক

ফেব্ৰুৱাৰী মাহত ১২ দিনৰ বাবে বেংক বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফেব্ৰুৱাৰীৰ বাবে বন্ধৰ তালিকা অনুসৰি দেশৰ বিভিন্ন স্থানত থকা বেংকত নিৰ্বাচিত বন্ধৰ দিনসমূহ প্ৰকাশ কৰিছে। ইয়াত অন্তৰ্ভুক্ত হৈছে শনিবাৰ আৰু দেওবাৰৰ লগতে গুৰুত্বপূৰ্ণ তিথি।
সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত ফেব্ৰুৱাৰী মাহত বন্ধ থাকিবলগা দিনসমূহ-
২ ফেব্ৰুৱাৰী-সোণম লস্কৰ(গেংটক)
৫ ফেব্ৰুৱাৰী-সৰস্বতী পূজা বা বসন্ত পঞ্চমী
৬ ফেব্ৰুৱাৰী-প্ৰথম দেওবাৰ
১২ ফেব্ৰুৱাৰী-দ্বিতীয় শনিবাৰ
১৩ ফেব্ৰুৱাৰী-দ্বিতীয় দেওবাৰ
১৫ ফেব্ৰুৱাৰী-মহম্মদ হজৰত আলীৰ জন্মদিন, লুইছ নাগাই নি
১৬ ফেব্ৰুৱাৰী-গুৰু ৰবিদাস জয়ন্তী
১৮ ফেব্ৰুৱাৰী-দৌলযাত্ৰা
১৯ ফেব্ৰুৱাৰী-চত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী
২০ ফেব্ৰুৱাৰী-তৃতীয় দেওবাৰ
২৬ ফেব্ৰুৱাৰী-চতুৰ্থ শনিবাৰ
২৭ ফেব্ৰুৱাৰী-চতুৰ্থ দেওবাৰ
মুঠতে পৰৱৰ্তী মাহত মুঠ ১২ দিন বন্ধৰ দিন। অৱশ্যে দেশৰ সকলো বেংকে সকলো স্থানতে ১২ দিন দিন বন্ধ নাৰাখে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...