বজৰং দলৰ ২৪ ঘণ্টীয়া বন্ধত স্তব্ধ জনজীৱন

ৰাষ্ট্ৰীয় বজৰং দলে আহ্বান কৰা ২৪ ঘণ্টীয়া বন্ধৰ ফলত স্তব্ধ হৈ পৰিল জনজীৱন। গোলকগঞ্জ বজাৰত এই বন্ধ পূৰ্ণৰূপে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। সকোলা দোকান-পোহাৰ বন্ধ হৈ থকাৰ লগতে ৰাজপথত যান-বাহনৰ চলাচল সেৰেঙা হৈ পৰিছে। উল্লেখ্য যে, শনিবাৰে সন্ধিয়া পুৱা ৬ বজাৰ পৰা গোলকগঞ্জ বজাৰ বন্ধ ঘোষণা কৰিছিল। গোলকগঞ্জৰ ব্যৱসায়ী কাৰ্তিক কৰ্মকাৰৰ আত্মহত্যাৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবীত এই বন্ধৰ আহ্বান। ৪৮ ঘণ্টাৰ ভিতৰত যদি আৰক্ষীয়ে এজনো দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ ধুবুৰী জিলাত বন্ধৰ আহ্বান জনোৱাৰ হুংকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...