NKTV Digital

5766 POSTS

Exclusive articles:

লণ্ডন অলিম্পিকত শিখা লৈ দৌৰা পিংকি কৰ্মকাৰ এতিয়া বৰবৰুৱা চাহ বাগিছাৰ শ্ৰমিক

গুৱাহাটী, ৯ আগষ্ট, NKTV:  ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত শিখালৈ দৌৰা পিংকি কৰ্মকাৰৰ কথা মনত আছে নে? NKTVয়ে প্ৰকাশ কৰিছিল পিংকি কৰ্মকাৰৰ বৰ্তমানৰ জীৱন...

বলীউডৰ প্ৰবীন অভিনেতা অনুপম শ্যামৰ মৃত্যু

গুৱাহাটী, ৯ আগষ্ট, NKTV: শেষ নিশ্বাস ত্যাগ কৰিলে বলীউডৰ বৰ্ষীয়ান অভিনেতা অনুপম শ্যামে। ৬৩ বছৰ বয়সত দেহৰ বিভিন্ন অংগৰ বিকল হৈ পৰাত মৃত্যুক আকোৱালি ল'লে...

অলিম্পিকত যদি মেডেল আনিব নোৱাৰা; দেশলৈ ঘূৰি নাহিবা!

ক’ভিডৰ সংহাৰৰ মাজতে নিৰ্ধাৰিত সময়তকৈ এবছৰৰ পিছত হ’লেও টকিঅ’ত অনুষ্ঠিত হ’ল অলিম্পিক গেমছ। পিছে অলিম্পিকৰ সামৰণিৰ পিছত পোহৰলৈ আহিছে কেতবোৰ ভিতৰুৱা খবৰ। অলিম্পিয়ান সকলৰ...

অত্যাধিক ওজনে কেনেকৈ ভাগ্য সলনি কৰিছিল নীৰজৰ?

নীৰজ চোপ্ৰাই কেইসপ্তাহমান পূৰ্বে ফিনলেণ্ডৰ বিমানবন্দৰলৈ যোৱাৰ পথত জাৰ্মানৰ জোহানেছ ভেটাৰৰ পৰা লিফ্ট পাইছিল। এই বছৰ বিশ্বৰ শ্ৰেষ্ঠ জেভলিন থ্ৰোৱাৰ জোহানেছ ভেটাৰৰ সৈতে...

ৰাহুল গান্ধীৰ টুইটাৰ একাউন্টটো হঠাৎ বন্ধ হৈ গৈছিল কিয়?

কিছু সময়ৰ পূৰ্বে কংগ্ৰেছ দলে সদৰী কৰিছিল যে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্টটো সাময়িকভাৱে স্থগিত কৰা হৈছে। অৱশ্যে, জনপ্ৰিয় মাইক্ৰ' ব্লগিং ছাইটটোৰ...

Breaking

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে আঘাতপ্ৰাপ্ত বিৰাট কোহলী, তথাপিও খেলিবলৈ সাজু

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ICC চেম্পিয়নছ...

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত অৱসৰ ল’ব নেকি ৰোহিত শৰ্মাই? শুভমনৰ উত্তৰ…

ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক শুভমন গিলে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল...

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে বিশেষ জাৰ্চি উন্মোচন

আই পি এল দল ৰাজস্থান ৰয়েলছে আজি আন্তৰ্জাতিক নাৰী...
spot_imgspot_img