মহাকাশচাৰী সুভাংশু শুক্লাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

মহাকাশচাৰী সুভাংশু শুক্লাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। সুভাংশুক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে সুভাংশুক ক’লে, ‘বৰ্তমান আপোনাৰ গৃহ চহৰৰ পৰা বহু দূৰৈত আছে আপুনি। কিন্তু ভাৰতবাসীৰ অন্তৰত স্থান অধিকাৰ কৰিছে আপুনি। আপোনাৰ নামটো শুভ আৰু যাত্ৰাও শুভ। ভাৰতবাসীৰ বাবে এক নতুন যুগৰ শুভ আৰম্ভণি কৰিছে আপুনি। ১৪০ কোটি ভাৰতীয়ৰ অন্তৰত স্থান লাভ কৰিছে আপুনি।’ বৰ্তমান আন ৩ মহাকাশচাৰীৰ সৈতে ISSত আছে সুভাংশু শুল্কা। ভিডিঅ’ কনফাৰেন্সযোগে সুভাংশুৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...