পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। চেন্নাইত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ প্ৰাঞ্জল দাস নামৰ যুৱকজনৰ। ৪ বছৰ ধৰি চেন্নাইৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল প্ৰাঞ্জল। কিন্তু হঠাৎ ২১ ফেব্ৰুৱাৰীৰ দিনা যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে।

সতীৰ্থই যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে পৰিয়ালৰ লোকে চেন্নাইৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...