অসম

চীনে অৰুণাচলৰ যুৱক নহয়, এইবাৰ অৰুণাচলত অপহৰণ কৰিলে অসমৰ যুৱকক

চীনে অৰুণাচলৰ যুৱক নহয়, এইবাৰ অৰুণাচলত অপহৰণ কৰিলে অসমৰ যুৱকক। অৰুণাচল প্ৰদেশৰ লংডিং জিলাত অপহৰণ কাণ্ড। ডিব্ৰুগড়ৰ হেমন্ত কোচক অপহৰণ অৰুণাচলত। ইয়াৰ লগতে বিহাৰৰ...

এইবাৰৰ বাজেটত আপুনি জানিবলগীয়া কথা কেইটা

চলিত বৰ্ষটোত ভাৰতৰ অৰ্থনৈতিক বিকাশ ৯.২ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে, যি সকলো বৃহৎ অৰ্থনীতিৰ ভিতৰত সৰ্বাধিক। মহামাৰীটোৰ প্ৰতিকূল প্ৰভাৱৰপৰা অৰ্থনীতিৰ সামগ্ৰিক, তীব্ৰ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেমত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত...

২৪ ঘণ্টাত ক’ভিডত ১৯গৰাকীৰ মৃত্যু

•ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাই আহিছে ক'ভিডৰ সংক্ৰমণ•সোমবাৰৰ দিনটোত ৪.৬৬ শতাংশ লৈ হ্ৰাস পাইছে সংক্ৰমণ ৰ হাৰ•৩৮,৮৩৭ টেষ্টৰ বিপৰীতে আক্ৰান্ত ১,৮১১ গৰাকী•কেৱল গুৱাহাটী মহানগৰীত আক্ৰান্ত...

আজি কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিব শ্বেৰমান আলীয়ে

আজি কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিব শ্বেৰমান আলীয়েপ্ৰদেশ কংগ্ৰেছে দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ আজি অন্তিম দিনকংগ্ৰেছৰ চৰ্ত মানি ল’বলৈ অস্বীকাৰ শ্বেৰমান আলীৰসংখ্যালঘূৰ হৈ কোনো...

Popular