অসম

টাটা চুম’ দুৰ্ঘটনাগ্ৰস্ত হৈ ওফৰি পৰিল পথাৰত, থিতাতে মৃত্যু চালকৰ

ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই টাটা চুম' দুৰ্ঘটনাগ্ৰস্ত। 'বকোৰ আগছিয়া নধিয়াপাৰাত শোকাবহ পথ দুৰ্ঘটনা। নধিয়াপাৰা পথৰ পৰা ওফৰি বাহন পৰিল পথাৰত। ঘটনাস্থলীতে নিহত চালক। মৃত চালকজন...

মানৱসৃষ্ট জলবোমা, নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত ৩জনৰ মৃত্যু

ডিমা হাছাও জিলাত ভয়ংকৰ ঘটনা। উমৰাংছ’ৰ পাঁচকিলোত থকা নিপকোৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ। প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত এই বিস্ফোৰণ। ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ হেৰুৱালে নীপকোৰ তিনি কৰ্মচাৰীয়ে।...

ৰে’ল বিভাগৰ বিৰুদ্ধে সৰৱ, ৰাজপথলৈ ওলাই আহিল আছু

আছুৰ তীব্ৰ প্ৰতিবাদ। ৰঙিয়াত ৰে'ল বিভাগৰ কয়লাৰ ৰেক লোডিং-আনলোডিং স্থানান্তৰিত কৰাৰ দাবীত ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ এই প্ৰতিবাদ। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে নতুনকৈ...

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন লোক। লালুক আৰক্ষী চকীৰ অন্তৰ্গত পুখুৰীপৰীয়াত সংঘটিত হয় দুৰ্ঘটনাটো। অচিনাক্ত বাহনে মহতিয়াই থৈ যায় লোকজনক।...

বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী, জৈৱবৈচিত্ৰ্যলৈ প্ৰচণ্ড ভাবুকি

সোণাপুৰৰ ডিগাৰু নৈৰ জৈৱবৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। ক্ৰমাৎ বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী চ'ত মহীয়া প্ৰখৰ ৰদত উপঙি উঠিছে মাছ। ইতিমধ্যে এই মাছ নৈ...

Popular