অসম

কৰুণ! পেপাৰ মিলৰ আৰু এজন কৰ্মচাৰীয়ে হেৰুৱালে প্ৰাণ

ভাৰত চৰকাৰৰ মালিকানাধীন এইচপিচি পেপাৰ মিলত বৃদ্ধি পালে মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা। নগাঁও কাগজ কলৰ এইচপিচি কোৱাৰ্টাৰৰ বাসিন্দা আৰু নগাঁও কাগজ কলৰ কৰ্মী মঃ...

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰশোনিতপুৰৰ ভালুকপুঙত পুৱতি নিশা আৰক্ষীৰ এনকাউন্টাৰচাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মুখামুখি সংঘৰ্ষঅসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত সংঘটিত...

AIUDFক আগৰ ‘ইণ্ডাষ্ট্ৰিজ ধকেবাজ ফ্ৰণ্ট’ আখ্যা ভূপেন বৰাৰ

AIUDFৰ বিৰুদ্ধে সৰৱ ভূপেন বৰাআগৰ ‘ইণ্ডাষ্ট্ৰিজ ধকেবাজ ফ্ৰণ্ট’ আখ্যা AIUDFক‘AIUDFৰ পৰামৰ্শ মতে ৰিপুন বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছিল’‘মুখ্যমন্ত্ৰীক প্ৰশংসা কৰা বাবে ৬মাহ পূৰ্বে ভংগ হৈছিল...

ৰাজ্য প্ৰশাসনত পুনৰ ৰদবদল, কোন জিলাত কাক দায়িত্ব?

কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্বও পল্লৱ গোপাল ঝাক প্ৰদান কৰিছে। আনহাতে, বজালীৰ...

অসমত হ’ব প্ৰবল বৰষুণ-বজ্ৰপাত, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। অসমত প্ৰবল বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে...

Popular