অসম

ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ, গুৰুতৰভাবে আহত ৪ যাত্ৰী

ওদালগুৰি জিলাৰ মেকেনজী পথত ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ৪জনকৈ লোক। ইয়াৰে মৃণাল নাথ আৰু লোকেশ কাকতিৰ অৱস্থা গুৰুতৰ। ...

কয়লাখনিত গেছ নিৰ্গত হৈ দুজনৰ মৃত্যু, ৭জন আৱদ্ধৰ আশংকা

ভয়ংকৰ ঘটনা। নাগিনীমৰা ইংলক থানা অন্তগৰ্ত লাইনছিলিপত অঘটন। কয়লাজুলত কয়লা খনন কৰি থকা অৱস্থাত গেছ নিৰ্গত হৈ ৭ জন শ্ৰমিকৰ অৱস্থা সংকটজনক। তাৰে দুজনৰ...

শিহৰণকাৰী! পুত্ৰই দাৰে ঘপিয়াই দুচেও কৰিলে দেউতাকক

দাৰে ঘপিয়াই নিজ পিতৃক হত্যা কৰিলে এক পাষাণ পুত্ৰই৷ হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ কাছাৰ জিলাৰ বাশকান্দি মদ্ৰীপাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। দাৰে ঘপিয়াই ৭০...

ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল বিজেপি নেতাৰ

গোলাঘাট জিলাৰ নুমলীগড়ৰ তেলগৰমত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত সৰুপথাৰ সমষ্টিৰ বিজেপিৰ মৰঙি মণ্ডলৰ সম্পাদক গণেশ চেত্ৰী। ৰখাই থোৱা এখন বাহনত মটৰ চাইকেলেৰে...

চাৰিজাঁই গুলী ফুটাই লুটি নিলে নগদ ধন, সোণৰ চেইন

চিৰাঙত চাঞ্চল্যকৰ ডকাইতি। চাৰিজাঁই গুলী ফুটাই দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ। অভিলাস মুছাহাৰী আৰু কৃষ্ণে লুইটেল নামৰ দুজন লোকৰ ঘৰত সংঘটিত হয়...

Popular