অসম

উজনিত কয়লা ছিণ্ডিকেট চলাইছে বিজেপি বিধায়কে

ৰাজ্যত পুনৰ আৰম্ভ হৈছে ছিণ্ডিকেটউজনিত কয়লা ছিণ্ডিকেট চলাইছে বিজেপি বিধায়কেছিণ্ডিকেটৰ সৈতে নাম সাঙোৰ খাইছে বিধায়ক বলীন চেতিয়া, ভাস্কৰ শৰ্মাবৰাকত বিজেপি-AIUDFএ মিলি চলাইছে কয়লা ছিণ্ডিকেটবিধায়ক...

মিটাৰ ৰিডিং অনুসৰি দিব লাগিব পানীৰ মাচুল

কৰৰ ওপৰত কৰ, ক’তে মৰ মৰ!ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়েও দিব লাগিব কৰভাৰত চৰকাৰৰ ভূ-জল প্ৰাধিকৰণৰ কঠোৰ নিৰ্দেশনাকোনে কোনে দিব লাগিব এই কৰ? https://www.youtube.com/watch?v=6PmfvKyEsTI

দেৰগাঁৱত ঘটিছে এই আচৰিত ঘটনা

নিজে নিজেই জ্বলি উঠিছে ঘৰৰ সামগ্ৰীজ্বলিছে কাপোৰ-কানি, আচবাব, নথি-পত্ৰপ্ৰকৃততে এনে ঘটনাৰ কাৰণ কি?সুক্ষ্ম অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ! https://www.youtube.com/watch?v=LSX0RMODUNg

অভয়াৰণ্যত ৰাতি যোৱাটোৱে ফেশ্বন : মুখ্যমন্ত্ৰী

মোৰ ওপৰত গোচৰ দিলে কি হ'ব? ছিংগাপুৰত নাইট চাফাৰী নহয় নেকি? কোনখন আইনৰ অধীনত কাজিৰঙালৈ মুখ্যমন্ত্ৰী যাব নোৱাৰে? অসমৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত সোমাব নোৱাৰিলে কি...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

১ লাখ লোকে চাকৰি পাবই আৰু ২ লাখ লোকে পাব কৰ্মসংস্থাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱাৰ বাবে ৫ হাজাৰ কোটি টকা...

Popular