অসম

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে ধেমাজি জিলা সমিতিৰ উদ্যোগত সোমবাৰে জিলাখনৰ তিনিটা শৈক্ষিক খণ্ড—মুৰ্কংচেলেক, ধেমাজি আৰু বৰদলনি—ত গাইড শিক্ষকৰ প্ৰশিক্ষণ...

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহাৰ অৱদান

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান বানপীড়িত অঞ্চলৰ  জনসাধাৰণৰ সহায়ৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি  প্ৰতিনিধি দলে দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ আৰু...

গুৱাহাটী-তেজপুৰ সংযোগী ৪ লেনযুক্ত নতুন ঘাইপথঃ ৮,৯৭০ কোটি টকাৰ প্ৰকল্পত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

সমগ্ৰ অসমবাসীৰ বাবে এটা সু-খবৰ। কেন্দ্ৰীয় চৰকাৰে আজি গুৱাহাটী আৰু তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ-১৫-ৰ ৪ লেনযুক্ত নতুন ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কৃত্ৰিম বুদ্ধিমত্তা আৰু নবীকৰণযোগ্য শক্তিৰ বিকাশৰ লক্ষ্যৰে ‘Assam down town University’ আৰু দেৰাদুনৰ ‘UPES’ৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ে গৌৰৱেৰে ঘোষণা কৰিছে যে, ভাৰতৰ আগশাৰীৰ শক্তি-কেন্দ্ৰিক (Energy-focused) আৰু AI-First বিশ্ববিদ্যালয় UPES, দেৰাদুন-ৰ সৈতে এখন বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰা...

Popular