অসম

ড০ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত

ড° ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁ বৰ্তমান আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ হিচাপে আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাউথ-ইষ্ট এছিয়া ষ্টাডীজৰ...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ হৈ গ’ল। অসমবাসীৰ দৃষ্টি যিজন মানুহৰ প্ৰত্যাৱৰ্তনৰ বাবে উৎসুক, সেই মানুহজন পিছে উভতি নাহিল। বিখ্যাত...

ৰাজ্যৰ ব্যক্তিগত চিকিৎ‍সালয়ত অচল আয়ুষ্মান

দৰিদ্ৰ ৰোগীৰ হাহাকাৰচিকিৎ‍সালয়ে-চিকিৎ‍সালয়ে উত্তেজনাচৰকাৰৰ নিৰ্বিকাৰ ভূমিকাক লৈ ৰাইজৰ ক্ষোভ দামবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যবাসীৰ মূৰত আন এক ৰামটাঙোন। এফালে ৰাজ্যৰ চৰকাৰী চিকিৎ‍সাখণ্ডৰ তথৈবচ অৱস্থা আনফালে ব্যক্তিগতখণ্ডৰ...

২০ বছৰীয়া খাদিজাক কোনে ক’লৈ লৈ গ’ল?

২০ বছৰীয়া খাদিজাক কোনে ক'লৈ লৈ গ'ল?বজাৰলৈ যাওঁ বুলি গৈ নিৰুদ্দেশ খাদিজা বেগমঅপহৰণৰ সন্দেহ পৰিয়ালৰ এইগৰাকী ২০ বছৰীয়া খাদিজা বেগম। কামৰূপৰ গৰৈমাৰীৰ খাদিজা কিছুদিন পূৰ্বে...

অসমে এটকাও নাপালে, পালে মাথোঁ সাহায্য প্ৰাপ্তিৰ আশ্বাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অষ্টলক্ষ্মী হিচাপে নামাকৰণ কৰিছিল উত্তৰ-পূৰ্বাঞ্চলক। এনেয়ে NDA চৰকাৰৰ নেতা-মন্ত্ৰীয়ে উত্তৰ-পূৱৰ উন্নয়নৰ দুৱাৰমুখ বুলি কয় অসমক। পিছে মুখত বৰ বৰ কথা,...

Popular