পুনৰ বহি:ৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে

পুনৰ বহি:ৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে। বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হ’ল অসমৰ যুৱক।

নিহত যুৱকজন নলবাৰী জিলাৰ সাগৰকুছিৰ ভাস্কৰ কলিতা। ৩১বছৰীয়া ভাস্কৰৰ ১৭ ডিচেম্বৰত নলবাৰীৰ পৰা পাঞ্জাৱৰ ভাটিন্দালৈ ব্যৱসায়িক কামত গৈছিল। উভতি বিহাৰৰ মুজাফ্ফপুৰত সোমবাৰে সংঘটিত হৈছিল দুৰ্ঘটনা।

এই দুৰ্ঘটনাত ভাস্কৰ কলিতা নিহত হোৱাৰ বিপৰীতে বৰ্তমানেও ICUত চিকিৎসাধীন আন ২জন বন্ধু। উল্লেখ্য যে উচ্চশিক্ষিত ভাস্কৰ আছিল ঝাড়ু ব্যৱসায়ৰ সৈতে জড়িত৷ নলবাৰীৰ ঝাড়ু বহিঃ ৰাজ্যত বিক্ৰীৰ বাবে ব্যৱসায়ীৰ সৈতে কথা পাতিবলৈ গৈছিল পাঞ্জাৱলৈ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...