ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ

ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ। ২০ বছৰ অনুৰ্দ্ধৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত মহম্মদ ছামী। মৰিগাঁৱৰ দলবাৰী গাঁৱত ঘৰ মহম্মদ ছামীৰ। ইয়াৰ পূৰ্বে ১৭ বছৰ অনুৰ্দ্ধৰ ভাৰতীয় ফুটবল দলৰ হৈও কৰিছিল অংশগ্ৰহণ। ইণ্ডোনেছিয়াত মিড ফিল্ডাৰ হিচাপে খেলিব মহম্মদ ছামীয়ে৷ দিল্লীৰ চুদেভা একাডেমিত ২০২১ৰ পৰা প্ৰশিক্ষণ লৈ আছিল মৰিগাঁৱৰ মহম্মদ ছামীয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...