অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি। চিৰিয়াখানাত এজনী ঢেকীয়াপতিয়া বাঘে জন্ম দিলে দুটা পোৱালি। ৩ ফেব্ৰুৱাৰীৰ দিনা প্ৰায় ২.৩০ বজাত জন্ম দিয়ে দুটাকৈ পোৱালি।

ফটো উৎস : অসম ৰাজ্যিক চিৰিয়াখানা

বৰ্তমান সুস্থ অৱস্থাত আছে মাতৃ আৰু দুই বাঘৰ পোৱালি। এই নতুন পোৱালি দুটা জন্ম দিয়াৰ লগে লগে সৰ্বমুঠ ৯টালৈ বৃদ্ধি পালে বাঘৰ সংখ্যা। দুটা বগা বাঘো আছে চিৰিয়াখানাত। এতিয়াৰে পৰা চিৰিয়াখানাৰ দৰ্শনাৰ্থীয়ে ৯টাকৈ ঢেকীয়াপতিয়া বাঘ প্ৰত্যক্ষ কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ হাউছত গৃহীত হ’ল ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা বিধেয়ক; ভাৰত-চীনৰ ওপৰত ১০০% শুল্কৰ আশংকা

ৰাছিয়াৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপৰ বিধেয়ক গৃহীত কৰিলে আমেৰিকাৰ...

NHM-এ বাতিল কৰিলে CHOৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ

কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ...

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...