ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে সেই ৰাজ্যত হ’বলগীয়া ৰঞ্জি ট্ৰফীৰ পৰৱৰ্তী খেলৰ বাবে অসমৰ দলটো ঘোষণা কৰিছে। দলটোত থাকিব ডেনিছ দাস (অধিনায়ক), সুমিত ঘাদিগাওকাৰ (উপ-অধিনায়ক), শিৱ শংকৰ ৰায়, স্বৰূপম পুৰকায়স্থ, প্ৰদ্যুন শইকীয়া, ৰাহুল সিং, অভিনৱ চৌধুৰী, আব্দুল আজিজ কুৰাইচী, মুখতাৰ হুছেইন, পাৰভেজ মুচাৰফ, আয়ুষ্মান মালাকাৰ, ভাৰ্গৱ প্ৰতিম লহকৰ, ঋতুৰাজ বিশ্বাস, দৰ্শন ৰাজবংশী আৰু অভিষেক ঠাকুৰি (উইকেটকীপাৰ।

সহায়ক ষ্টাফ : মুখ্য প্ৰশিক্ষক – নোৱেল ডেভিদ, প্ৰশিক্ষক – ৰাজীব ৰাজবংশী, ফিজিঅ’থেৰাপিষ্ট – ভীষ্ম প্ৰতাপ সিং;
ট্ৰেইনাৰ – ভাস্কৰ বৰা, প্ৰদৰ্শন বিশ্লেষক – ৰাজেশ শৰ্মা, থ্ৰ’ডাউন বিশেষজ্ঞ – বিবেক ছালুনখে আৰু মালিচকাৰী – হৰি কৃষ্ণন।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...