ৰঞ্জি ট্ৰফী : ৰে’লৱেৰ বিৰুদ্ধে অসম দল ঘোষণা, ৰিয়ান পৰাগ আছেনে?

২৩ জানুৱাৰীৰ পৰা গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত হ’বলগীয়া ৰে’লৱেৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ ষষ্ঠখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই অসমৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ নাম প্ৰকাশ কৰিছে।

খেলুৱৈসকল : ডেনিছ দাস (অধিনায়ক), মুখতাৰ হুছেইন ( উপ অধিনায়ক ), মৃণ্ময় দত্ত, ৰাহুল সিং, দীপজ্যোতি শইকীয়া, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুচাৰফ, সুমিত ঘাদিগাওঁকাৰ ( উইকেটকীপাৰ ), ঋষভ দাস, অনুৰাগ তালুকদাৰ(উইকেটকীপাৰ), ৰোহিত সিং, শিৱশংকৰ ৰায়, আকাশ সেনগুপ্ত, প্ৰদ্যুম্ন শইকীয়া আৰু কুনাল শৰ্মা ।

সহায়ক কৰ্মচাৰী : মুখ্য প্ৰশিক্ষক: বিবেক জয়চিমা ; প্ৰশিক্ষক ধীৰাজ গোস্বামী, ট্ৰেইনাৰ ৰাহুল পাণ্ডে, ফিজিঅ’: ভীষ্ম প্ৰতাপ সিং, ভিডিঅ’ বিশ্লেষক ৰাজেশ শৰ্মা; মালিচ কৰোতা : হৰি কৃষণ আৰু থ্ৰ’ডাউন : শুভংকৰ দে’। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...

মন্দিৰত গণহত্যাৰ পৰিকল্পনা ১৯ বছৰীয়া যুৱকৰ; গুলী চলাবলৈ গৈ বিকল হ’ল বন্দুক, গ্ৰেপ্তাৰ অভিযুক্ত

আমেৰিকাৰ চিকাগোৰ সমীপৱৰ্তী ইলিনয়ছৰ অৰোৰা অঞ্চলত থকা এটা হিন্দু...

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...