‘গ্ৰেজিয়া’ত লাভলীনাৰ মোহময়ী ৰূপ, ধুমুহাৰ গতিত ভাইৰেল ফটো

বক্সিঙৰ লগতে ফেশ্বনৰ জগততো সমানেই উজলিছে ৰাজ্যৰ তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই।

এইবাৰ ইটালীত জিলিকিছে লাভলীনা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়েৰে ইতিহাস ৰচনা কৰা তাৰকা বক্সাৰ লাভলীনাই ইটালীৰ মহিলাৰ ফেশ্বন আলোচনী ‘গ্ৰেজিয়া’ৰ শেহতীয়া ভাৰতীয় সংস্কৰণৰ বেটুপাতত স্থান পাইছে।

কিছুদিন পূৰ্বে ৰেম্পত খোজ দিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল অসম গৌৰৱ লাভলীনাই।

পূৰ্বে মীৰাবাঈ ছানু আৰু পি ভি সিন্ধুৰ সৈতে ‘ভগ’ আলোচনীৰো বেটুপাতত স্থান পাইছিল লাভলীনাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...