জি ভি মাভালংকাৰ শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ শৌৰ্য শৰ্মাৰ ব্ৰঞ্জৰ পদক অৰ্জন

২০২৩ চনৰ ৯ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ পশ্চিমবংগৰ আছানছলত অনুষ্ঠিত সদ্যসমাপ্ত ৩২ সংখ্যক অল ইণ্ডিয়া জি ভি মাভালংকাৰ শ্বুটিং চেম্পিয়নশ্বিপৰ ২৫ মিটাৰ ষ্টেণ্ডাৰ্ড পিষ্টল ইভেন্টত অসমক প্ৰতিনিধিত্ব কৰি শৌৰ্য শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ এগৰাকী অসামৰিক বিষয়া হিচাপে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উপ সচিব শৰ্মাই বৰ্তমানে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমত কৰ্তব্য সম্পাদন কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...