অদূৰ ভৱিষ্যতে বন্ধ হৈ যাব ছেবা আৰু শিক্ষা সংসদ!

অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ বিপদঘণ্টা। ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিব অসম চৰকাৰে। এই বিদ্যালয়সমূহত পাঠ্যক্ৰম হ’ব CBSEৰ। পৰৱৰ্তী পৰ্যায়ত খুলিব একেধৰণৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়। অদূৰ ভৱিষ্যতে বন্ধ হৈ যাব ছেবা আৰু শিক্ষা সংসদ। CBSEৰ অধীনত একোখনকৈ আদৰ্শ বিদ্যালয় খুলিব চৰকাৰে। ইতিমধ্যে এই পদক্ষেপৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন। তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় সংগঠনসমূহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...