বহু কষ্ট কৰি চাকৰি পোৱাত মুখত হাঁহি বিৰিঙিছে নিযুক্তিপ্ৰাপ্তৰ

তেওঁলোকে নিযুক্তি পালে, নিযুক্তি পত্ৰ নিবলৈ আহিছে খানাপাৰালৈ। কোনো যদি তিনিচুকীয়াৰ পৰা আহিছে কোনোবা আহিছে কোকৰাঝাৰৰ পৰা। কোনোবাই যদি চতুৰ্থ বৰ্গত নিযুক্তি পাইছে কোনোবাই পাইছে হাইস্কুলৰ শিক্ষকৰূপে। বহু কষ্ট কৰি চাকৰি পোৱাত মুখত হাঁহি বিৰিঙিছে নিযুক্তিপ্ৰাপ্তৰ। সুখ অনুভৱ কৰিছে পৰিয়ালৰ লোকসকলে।

https://www.youtube.com/watch?v=nQ-SgshXlcg

ধন্যবাদ জনালে চৰকাৰক, ধন্যবাদ জনালে মুখ্যমন্ত্ৰীক

‘নিযুক্তিত দুৰ্নীতি হোৱা নাই’

‘মামাই যি কৰিছে জেনুইন কৰিছে’

ঘৰত কাৰো চাকৰি নাই

দেউতাকে ক’লে- মই সকাহ পাম

সন্তানে চাকৰি পাইছে, মাকৰ আনন্দ নালাগিবনে?

ঘৰখনত প্ৰথম চৰকাৰী চাকৰি পাইছে তাই

‘কঠিন পৰিশ্ৰম, সাধনাৰ বাহিৰে বেলেগ পথ নাই’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...