আজি কি কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

  • জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ঘোষণা
  • ১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকে ক’ভিড SOP
  • ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে এই সিদ্ধান্ত
  • ১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকিব নৈশ সান্ধ্য আইন
  • ভেকচিন লোৱা পৰীক্ষাৰ্থীয়েহে বহিব পাৰিব মেট্ৰিক-HSত
  • ১০০% দৰ্শকেৰে খুলিব চিনেমা হল
  • ভেকচিন লোৱাসকলেহে আহিব পাৰিব চিনেমা হললৈ
  • সভা-সমিতিলৈ যোৱাসকলো হ’ব লাগিব ভেকচিনেটেড
  • পুৰণি বিহু সমিতিসমূহক ৰাজ্য চৰকাৰে দিব ডেৰ লাখ টকাৰ সাহায্য
  • কমেও ১০ বছৰ পুৰণি হোৱা বিহু সমিতিয়ে পাব এই সাহায্য
  • ১-৭ ব’হাগলৈ অনুষ্ঠিত হোৱা বিহু সমিতিয়ে পাব এই সাহায্য
  • চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ
  • ৰাজ্যৰ চহৰসমূহ উন্নত কৰাৰ বাবে চৰকাৰৰ পদক্ষেপ
  • সকলো চৰকাৰী কাৰ্যালয় উপায়ুক্ত কাৰ্যালয়ৰে সংযুক্ত হ’ব
  • কাৰাগাৰসমূহ চহৰৰ মাজৰ পৰা অইন ঠাইলৈ নিয়া হ’‍ব
  • কাৰাগাৰৰ খালী মাটিত চৰকাৰে নিৰ্মাণ কৰিব উদ্যান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...