আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ বোকাখাতৰ সন্তান

গুৱাহাটী, ১৪ জুলাই, NKTV: প’লেণ্ডত অনুষ্ঠিত হ’বলগীয়া WORLD YOUTH ARCHERY CHAMPIONSHIPলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাই। বোকাখাতৰ বিশালেই একমাত্ৰ আৰ্চাৰী খেলুৱৈ যি এই বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে। বোকাখাতৰ মিলনপুৰৰ শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ পুত্ৰ বিশাল বোকাখাত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। উল্লেখ্য যে, ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প’লেণ্ডত অনুস্থিত হ’ব এই প্ৰতিযোগিতা। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে বিশালে নিজেই আৰ্চাৰীৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে উৎফুল্লিত পিতৃয়ে। সম্প্ৰতি হাৰিয়ানাত প্ৰশিক্ষণৰত বিশাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...