হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ২ সেনা জোৱানৰ মৃত্যু, এতিয়াও সন্ধান নাই এজনৰ

হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ২ সেনা জোৱানৰ মৃত্যু, এতিয়াও সন্ধান নাই এজনৰ। অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্ত। আপাৰ চিয়াঙৰ চিংগিঙত পুৱা ১০.৪৩ বজাত দুৰ্ঘটনা। উদ্ধাৰ অভিযান অব্যাহত স্থানীয় জিলা প্ৰশাসনৰ।

সেনাৰ জোৱানেও চলাইছে উদ্ধাৰ অভিযান। টুটিঙৰ ২৫ কিঃমিঃ নিলগৰ মিগিঙত সংঘটিত দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ…

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ। প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ...

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...